বাৰোৱাৰী পূজা কমিটি: গান্ধীময়দান: বঙাইগাঁও

১০৪তম্ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ

( ১৬-নভেম্বৰ-২০২৪ পৰা ০২-ডিচেম্বৰ-২০২৪ লৈ )


more

মুৰুলী - স্মৃতিগ্ৰন্থ ২০২৩

১০৩ বছৰ গৰকা বঙাইগাঁৱৰ ৰাস মহোৎসৱ ৰাইজৰ মনত নিশ্চয় এটা সাজ বহুৱাইছে | এই মহান উৎসৱৰ এটা অংশ হল 'মুৰুলী' | মুৰুলী নামনি অসমৰ সাহিত্য-স্ংস্কৃতি, শিল্প-কলা, তথা জনজীৱনৰ বৰ্ণিল বিৱৰণ সম্বলিত এখন দস্তাবেজ হৈ পৰক সেয়া আমাৰ চিৰকাম্য |

বঙাইগাঁও গান্ধীময়দানৰ বাৰোৱাৰী পূজা কমিটি বৃহত্তৰ বঙাইগাঁৱৰ এটা মহান অনুষ্ঠান | অনুষ্ঠান পৰিচলনা কৰাৰ বাবে অভিজ্ঞ তথা কৰ্মদক্ষ ব্যক্তিৰ নেতৃত্বত এই মহান অনুষ্ঠানটো সুকলমে চলি আছে | ....


Read     Download

নৱনিৰ্মিত দূৰ্গা মন্দিৰৰ শুভ গৃহ প্ৰৱেশ

( ২৯-চেপ্তেম্বৰ-২০১৯ )

২৯ চেপ্তেম্বৰ ২০১৯ ইং তাৰিখে বাৰোৱাৰী পূজা কমিটিৰ নৱনিৰ্মিত দূৰ্গা মন্দিৰৰ শুভ গৃহ প্ৰৱেশ কৰা হয়।

more

বাৰোৱাৰী পূজা কমিটিৰ নৱ-নিৰ্মিত তোৰণৰ শুভ উদ্বোধনৰ মুহূৰ্ত

more

বিষয়ববীয়া আৰু সদস্য সকল

Work & Achievments